Skip to Content

A. Managing Committee: 1. President: 2 2. Vice President: 6 (for six agricultural zone)
3. Member: 3
4. Secretary: 1
A. Managing Committee: 1. President: Jitu Borah
2. Vice President:
Someswar Phukan, Tarabir Chetri
Ranjan Dutta
Ananta Goutam
Ratan Ray, Mulan Bhuyan.
3. Members:
Narayan Gogoi, Pranati Gohain Boruah
Pranabjyoti Baruah
4. Secretary: Arun Baruah.

B. PRINCIPAL CUM EXECUTIVE PRESIDENT OF ASSEMBLY: MR. NIBARANJAN DAS

ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্চ এণ্ড প্ৰডিউচাৰ্চ অসম নাগৰিক সমিতি আৰু কৃষি স্বায়ত্ব পৰিষদ সমুহৰ সভা আৰু বৈঠক:
১) ৰাজ্যিক পৰিষদৰ আৰু বানিজ্যিক পৰিষদৰ সভা বা বৈঠক বছৰি এখন। এপ্ৰিল মাহত হয়।
২) ক্ষেত্ৰীয় কৃষি পৰিষদৰ সভা বা বৈঠক বছৰি দুখন। এখন ডিচেম্বৰত আনখন জুনমাহত হব।

৩) নতুন পৰিষদ গঠণ, গাওঁ পৰিষদ গঠণ, উৎপাদক পৰিষদ গঠণ, গোট গঠণ আদিৰ ৰাজহুৱা সভা যিকোনো সময়ত পাতিব পাৰিব। পিছে তালৈ এজন ক্ষেত্ৰীয় সভ্য প্ৰতিনিধি হিচাপে উপস্থিত থাকিব লাগিব। আৰু সভাৰ পচিডিংৰ কপি ১৪ দিনৰ ভিতৰত ক্ষেত্ৰীয় পৰিষদত বা কেন্দ্ৰিয় পৰিষদত জমা কৰিলেহে বৈধতা হব।