Skip to Content

Formation of the Board of Directors (UOSFPA ৰ সঞ্চালক মণ্ডলীৰ গঠণ প্ৰক্ৰিয়া):

  • The UOSFPA Main Board Committee will consist of a maximum of 21 members. UOSFPA ৰ মূল বৰ্ড কমিটিত উচ্চতম ২১জন সভ্য থাকিব।
  • The formation of this committee shall be in accordance with the registered by-laws of the cooperative.এই সমিতি গঠণ প্ৰক্ৰীয়া সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ মতে হব।
  • This committee shall be elected from among the district representatives sent from each member district. In this case, a district can send only one representative. এই সমিতিখন প্ৰতি সভ্য জিলাৰ পৰা পঠিওৱা জিলা প্ৰতিনিধিৰ পৰা নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত এখন জিলাই এজনহে প্ৰতিনিধি পঠিযাব পাৰিব।

BOD-list-2022-27: Four Assemble meeting not held, Nov/23, Feb/24, May/24, Nov/24. চাৰিখন কাৰ্যনিৰ্বাহক সভাৰ বৈঠক অনুষ্ঠিত কৰিব নোৱাৰিলে, নৱেম্বৰ/২৩, ফেব্ৰুৱাৰী/২৪, মে’/২৪, নৱেম্বৰ/২৪।
The board has not held the annual general meeting/2024 on time and the district has to convene it. বাৰ্ষিক সাধাৰণ সভা/২০২৪ সময়মতে অনুষ্ঠিত নকৰাৰ বাবে জিলাৰ যোগে আহ্বান কৰিব লগা হৈছে।
The majority of board members, including the board president, have not submitted the organic certification documentary or any written information according to the meeting and Internal Control System of the local farmers groups. স্থানীয় কৃষক গোটসমূহৰ সভা আৰু আভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থা অনুসৰি ব’ৰ্ডৰ সভাপতিকে ধৰি ব’ৰ্ডৰ গৰিষ্ঠসংখ্যক সদস্যই জৈৱিক প্ৰমাণীকৰণ তথ্যচিত্ৰ বা কোনো লিখিত তথ্য দাখিল কৰা নাই।
During the tenure of the board many fake shareholders have accumulated money without any information. They have been unable to inspect them as organic or organic conversion farmers for two years. ব’ৰ্ডৰ কাৰ্যকালত বহু ভুৱা শ্বেয়াৰহোল্ডাৰে কোনো তথ্য নোহোৱাকৈয়ে ধন জমা কৰি ৰাখিছে। তেওলোকক দুবছৰ ধৰি জৈৱিক বা জৈৱিক ৰূপান্তৰ কৃষক হিচাপে পৰিদৰ্শন কৰিব পৰা নাই।
Several board members, including the board president, are engaged in diplomatic activities to split the cooperative. They have not only violated the bylaws but also violated the Indian Penal Code. They have taken an oath with the cooperative to refrain from such activities. বৰ্ডৰ সভাপতিৰ প্ৰমূখ্যে বহুকেইজন বৰ্ডৰ সভ্যই সমবায়খনক দ্বিখণ্ডিত কৰাৰ কূটনৈতিক কাৰ্যকলাপত লিপ্ত হৈছে। যিনেকি উপবিধি উলংঘা কৰাই নহয় ভাৰতীয় দণ্ডবিধি আইন উলংঘা কৰিছে। যিহেতু তেওলোকে এনে কাৰ্যকলাপৰপৰা দুৰৈত থকাৰ আত্মঘোষনা নটাৰী ন্যায়ালয়ৰ শপতনামা সমবায়ৰ সতে কৰি ৰাখিছে।
Download

Dissolution my cooperate secretary membership due to violating organic farming policy and handed over all cooperative property legally.