United Organic Small Farmers and Producers, Assam.
The Farmers and Processors Civil Society of State Assam, RFS-RS/2025/15589.
UOSFPA is state level non-profitable farmers and processors civil society of Assam who protect socio-economic interest of traditional cultivators and cultivation, organic farmers, organic processors, organic producers, organic farms and firms, organic market and organic consumers. (সংযুক্ত জৈৱিক অসম এখন আয়ৰ সৈতে জড়িত অসম ৰাজ্যিক পয্যায়ৰ কৃষক আৰু প্ৰক্ৰীয়াকাৰকৰ দ্বাৰা গঠিত এখন কৃষক সমাজ। যি পৰম্পৰাগত কৃষক আৰু কৃষি, জৈৱিক কৃষক, জৈৱিক প্ৰক্ৰীয়াকাৰক, জৈৱিক উৎপাদক, জৈৱিক পাম আৰু প্ৰতিষ্ঠান, জৈৱিক বজাৰ আৰু গ্ৰাহক সকলৰ আৰ্থ-সামাজিক স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰে)।
UOSFPA always obliged to work build a CHEMICAL FREE HEALTHY ORGANIC ASSAM. (সংযুক্ত জৈৱিক অসমে সদায় ৰাসায়নমুক্ত স্বাস্থকৰ জৈৱিক অসম গঢ়িবলৈ কাম কৰিবলৈ বাধ্য)।
UOSFPA to work towards self-reliance of small organic farmers in Assam through sustainable agriculture, sustainable industry and efficient agribusiness. (সংযুক্ত জৈৱিক অসমে বহনক্ষম কৃষি,বহনক্ষম উদ্যোগ আৰু কাৰ্যকৰী কৃষি ব্যৱসায় যোগেদি অসমৰ ক্ষুদ্ৰ জৈৱিক কৃষকক স্ব-নিৰ্ভৰশীল হবলৈ কাম কৰিবলৈ)l
UOSFPA is obliged to continue working to save and safe the agricultural land of Assam for establishment of liberalism of smallholder farmers in Assam to produce and self-trade organic healthy food. (সংযুক্ত জৈৱিক অসমে অসমৰ ক্ষুদ্ৰ কৃষকৰ উদাৰবাদ প্ৰতিস্থাৰ বাবে অসমৰ কৃষিভূমি ৰক্ষা আৰু সংৰক্ষন কৰিবলৈ জৈৱিক স্বাস্থকৰ খাদ্য উৎপাদন আৰু স্ব-বেহা কৰিব পৰাকৈ কাম কৰি যাবলৈ বাধ্য)।
United Organic Assam is committed to working to present the agri-food produced by smallholder farmers of Assam to the world market through the Assamese Participatory Guarantee System. (সংযোক্ত জৈৱিক অসমে, অসমীয়া অংশগ্ৰহণমূলক নিশ্চিতকৰণ প্ৰণালীৰ মাধ্যমেৰে অসমৰ ক্ষুদ্ৰ কৃষকৰ দ্বাৰা উৎপাদিত কৃষি-খাদ্য বিশ্ব বজাৰ উপস্থাপনৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ)।
The council committed to increasing the demand for the conserving the local medicinal herbs grown through organic farming practices. (এই পৰিষদে জৈৱিক কৃষি অভ্যাসৰ জড়িয়তে থলোৱা বনৌষধিৰ চাহিদা বৃদ্ধি কৰি আৰু সেইবোৰ সংৰক্ষণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।)
The organization named United Organic Small Farmers and Producers, Assam was established in 2018 at a time when organic farmers in Assam were gaining recognition and facing many market-related challenges. During that time, Shri Nibaranjan Das, with the assistance of Shri Someswar Phukan, formally created this organic agriculture revolution through his own efforts. In the initial stage, this revolution advances at a specific pace to ensure the participation of India at the national level through a system of certification based on organic agriculture, from which it gains recognition as a regional council. In the subsequent phase, this revolution begins its activities under the state cooperative law, although unfortunately, due to the connection with opportunistic middlemen, this organization strays from its main objective and enters into a web of corruption, creating a socially chaotic environment. In such a transitional period, with the initiative of Shri Nibaranjan Das, the agricultural revolution was successfully reintroduced through the recognition of the Agricultural Autonomous Council, without any hindrance to its main objectives, with the support of Sri Someswar Phukan, Sri Arun Baruah, Sri Jitu Bora, Sri Pranabjyoti Baruah, In this regard, based on the appeal of Mr. Nibaranjan Das, this organic agriculture revolution will be able to enter the international arena on 27-06-2025. ইউনাইটেদ অৰ্গেনিক স্মল ফাৰ্মাৰ্চ এণ্ড প্ৰডিউচাৰ্চ, অসম নামৰ এই সংঠণটো ২০১৮ চনত যিসময়ত অসমৰ জৈৱিক কৃষকসকলৰ স্বীকৃতি পোৱা আৰু বজাৰ সম্পৰ্কীয় বহু বাধাৰ সন্মোখীন হৈছিল তেনে সময়ত শ্ৰীনিবাৰজ্ঞন দাসে নিজ প্ৰচেষ্টাত শ্ৰী সোমেশ্বৰ ফুকনৰ সহযোগত আনুষ্ঠানিকভাবে এই জৈৱিক কৃষি বিপ্লৱখনৰ সৃষ্টি কৰে। প্ৰথম অৱস্থাত এই বিপ্লৱখন এক নিদিষ্ট গতিত আগবাঢ়ি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় অংশগ্ৰহনমূলক নিশ্চিতকৰন প্ৰনালী, যি জৈৱিক কৃষি বিকেন্দ্ৰিকৰন প্ৰমানিকৰন মাধ্যম আছে ইয়াৰপৰা আঞ্চলিক পৰিষদ হিচাপে স্বীকৃতি পায়। ইয়াৰ পিছৰ পৰ্যায়ত এই বিপ্লৱখন ৰাজ্যিক সমবায় আইণৰ অধীনত স্বীকৃতি লৈ ক্ষেত্ৰীয় কৰ্ম আৰম্ভ কৰে যদিও দুৰ্ভাগ্যবশত সুবিধাবাদী মধ্যভূগীৰ সংযোগে এই সংগঠণটো মূল উৰ্দেশ্যৰপৰা ফালৰি কাটি ৰঙাফিটা মেৰপাকত সোমায় এক সমাজ বিশৃংসলীয়া পৰিবেশ সৃষ্টি কৰে। এনে এক সন্ধিক্ষনত শ্ৰীনিবাৰজ্ঞন দাসৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে এই কৃষি বিপ্লৱখন শ্ৰী সোমেশ্বৰ ফুকন, শ্ৰীঅৰুন বৰুৱা, শ্ৰী জীতু বৰা, শ্ৰী প্ৰনৱজ্যোতি বৰুৱাৰ সহযোগীতাত মূল উৰ্দেশ্যৰ অকনো ব্যাঘাট নোহোৱাকৈ এই জৈৱিক কৃষি বিপ্লৱখনৰ পৰিচয় কৃষি স্বায়ত্ব পৰিষদৰ চিনাকীৰে পুনৰায় সজ্জিৱ কৰি তুলিবলৈ সক্ষম হয়। ইয়াৰ পৰিপ্ৰেশিতত শ্ৰী নিবাৰজ্ঞন দাসৰ আবেদন মৰ্মে ২৭-০৬-২০২৫ তাৰিখে আন্তৰাষ্ট্ৰীয় মহলত এই জৈৱিক কৃষি বিপ্লৱখন প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
UOSFPA HOME
UOSFPA PRODUCT
UOSFPA’s AIM
Tush above search bottom to connect UOSFPA
UOSFPA’s History




