Skip to Content

Participatory Guarantee System for India (ভাৰতীয় অংশগ্ৰহণ মূলক নিশ্চিতকৰণ প্ৰণালী)

আবেদন প্ৰেৰণ কৰা ঠিকণা: UNITED ORGANIC SMALL FARMERS AND PRODUCERS COOPERATIVE SOCIETY LTD. POST OFFICE – CHETIA GAON. POLICE STATION – CHABUA. DISTICT – DIBRUGARH. STATE – ASSAM. PIN NO – 786184. NATION – INDIA.

পজ্ঞীয়ণ মানি লোৱাৰ পাচত REGIONAL COUNCIL ফালৰ পৰা আপোনালৈ অথবা গোটৰ নেতৃত্বক লৈ সম্পৰ্ক কৰিব। আৰু আপোনাৰপৰা পাঁচ (৫) প্ৰকাৰৰ নঠি বিচাৰিব। এই নঠিখিনি আপোনি PGS INDIA পৰটেলৰ পৰা Login কৰি সংগ্ৰহ কৰি লৱ পাৰিব। নঠি সমুহ চিনাকি হবলৈ তলত নমুনা উল্লেখ কৰা হৈছে।

এই নঠি সমুহ যথাসম্ভৱ শুদ্ধকৈ জমা কৰিব। সকলো নঠি জমা পোৱাৰ পাছত REGIONAL COUNCIL কৰ্তৃপক্ষই আপোনাৰ পজ্ঞীয়ণ PGS INDIA WEB PORTAL অত সক্ৰীয় কৰিব।

REGIONAL COUNCIL কৰ্তৃপক্ষই লাভ কৰা গোটৰ ঋতুগত সহকৰ্মী মূল্যায়ণ অক আভ্যন্তৰিণ পৰীক্ষণ কৰিব। উচিত বিবেচিত মূল্যায়ণক প্ৰমানিকৰণ সম্পন্নৰ বাবে Regional Council কৰ্তৃপক্ষই PGS INDIA মাধ্যমলৈ আবেদন প্ৰেৰণ কৰিব।

বছৰৰ শেষৰ ঋতুগত কষক বৈঠকত কৃষক গোটে উপৰোক্ত লিংকত দিয়া প্ৰতিবেদন পূৰাব। আৰু UOSFPA (Regional Council) কৰ্তৃপক্ষক ক্ষেত্ৰ পৰ্যাবেষনৰ বাবে আবেদন অথবা যোগাযোগ কৰিব। বিভাগীয় কৰ্তৃপক্ষৰ ক্ষেত্ৰ পৰ্যাবেষণ কালত গোটৰ কৰ্তৃপক্ষই বছেৰেকীয়া প্ৰতিবেদন জমা কৰিব লাগিব।

Soil Analysis Procedure (মাটি পৰীক্ষণ প্ৰক্ৰিয়া):

শস্য সিচাঁৰ আগত অথবা মাটিডৰা খেতিৰ বা প্ৰকৃত উৎপাদনৰ উপযোগী কৰি তুলিবলৈ মাটি পৰীক্ষা কৰি লোৱাটো নিত্যান্ত আবশ্যক। জৈৱিক প্ৰমানিকৰণৰ বাবে National Accreditation Board for Testing and Calibration Laboratories পৰীক্ষিত প্ৰতিবেদন মানি চলা হয়। এই ক্ষেত্ৰত কৃষকৰ প্ৰত্যক্ষ পৰীক্ষণ প্ৰতিবেদন গ্ৰায্য কৰা নহয়। সেয়েহে পৰীক্ষণৰ ক্ষেত্ৰত UOSFPA ৰ হস্তক্ষেপ নিত্যান্ত আৱশ্যক।

পৰীক্ষণৰ বাবে নমুনা উপৰোক্ত চবিৰ মাধ্যমেৰে সংগ্ৰহিত কৰিব লাগিব। মাটিৰ নমুনা দুটা পৃথকে টোপোলাত সংগ্ৰহ কৰিব লাগিব। চবি মতে ছয় ইঞ্চি লৈকে এটা পাঁচ শ গ্ৰামৰ টোপোলা আৰু ছয় ইঞ্চিৰ পৰা বাৰ ইঞ্চিলৈ দ্বিতীয়টো পাঁচ শ গ্ৰামৰ টোপোলা গিৰমিট মাধ্যমেৰে সংগ্ৰহ কৰিব।

শস্য চপোৱা সময়ত অথবা উৎপাদিত খাদ্য জমা কৰা সময়ত শস্য বা খাদ্যত ৰাসায়নিক অবশিষ্টৰ উপস্থিতি পৰীক্ষা কৰি লোৱাটো নিত্যান্ত আবশ্যক। জৈৱিক প্ৰমানিকৰণৰ বাবে National Accreditation Board for Testing and Calibration Laboratories পৰীক্ষিত প্ৰতিবেদন মানি চলা হয়। এই ক্ষেত্ৰত কৃষকৰ প্ৰত্যক্ষ পৰীক্ষণ প্ৰতিবেদন গ্ৰায্য কৰা নহয়। সেয়েহে পৰীক্ষণৰ ক্ষেত্ৰত UOSFPA ৰ হস্তক্ষেপ নিত্যান্ত আৱশ্যক।

ৰাসায়নিক অৱশিষ্টৰ উপস্থিতি পৰীক্ষণৰ ক্ষেত্ৰত উপৰোক্ত চবি মতে নমুনা সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহৃত ক্ষেত্ৰত নমূণা সংগ্ৰহকাৰী আৰু কৃষকজনৰ সংযোগী ফটো বন্ধনৰ অত্যন্ত আৱশ্যক।

জৈৱিক কৃষি প্ৰমানিকৰণ মাধ্যমেৰে জৈৱিক কৃষি সম্পৰ্কীয় সকলো ধৰনৰ প্ৰশিক্ষণ আৰু কৰ্মশালা মান্যতা জৈৱিক কৃষি সংলগ্ন স্বাৰ্থনেসী সংস্থা আৰু প্ৰমানিকৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ সহযোগৰ মাধ্যমেৰে কৰাটো বাঞ্চনীয়। সেয়েহে UOSFPA ৰ মান্যতাৰ মাধ্যমেৰে পাবলগা প্ৰমানিকৰণ, খাদ্য প্ৰক্ৰীয়াকৰণ আৰু বজাৰ সংলগ্ন সকলো প্ৰশিক্ষণ আৰু কৰ্মশালা UOSFPA ৰ প্ৰত্যক্ষ সহযোগ কিম্বা হস্তক্ষেপ নিত্যান্ত আৱশ্যক হব।

For Traceability Of Certified Products the consumer and register farmer may search pgsindia-ncof.gov.in (গ্ৰাহকসকলে খৰিডাৰ কৰা আৰু পজ্ঞীকৃত কৃষকসকলে বিক্ৰী কৰা জৈৱিক শস্য-খাদ্য বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ pgsindia-ncof.gov.in অত সন্ধান কৰি চাওক):

গ্ৰাহকসকলে লক্ষ্য কৰিবলগীয়া মূখ্য বিষয় হৈছে উৎপাদকসকলে প্ৰচাৰ কৰা মান্যতা কিমানদুৰ সত্য। খৰিডাৰি শস্য বা খাদ্যত উল্লেখিত প্ৰমানিকৰণ নম্বৰ আৰু উল্লেখিত ল’গ’ (Logo) আৰু বৰ্ণন সঠিকনে? উপৰোক্ত দুই Logo অৰ PGS-INDIA GREEN অৰ মান্যতা জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰি থকা বুজায় আনহাটে PGS-INDIA ORGANIC এ সম্পূৰ্ণৰূপে জৈৱিক কৃষিলৈ ৰূপান্তৰ হোৱাটো বুজায়।

  • MR. NIBARANJAN DAS, nhorganicfirm789@gmail.com
  • MR. SOMESWAR PHUKAN, yashrajorganicteafarm1949@gmail.com