Your cart is currently empty!
Six Zonal Farmers Autonomous Councils (কৃষক স্বায়ত্ব পৰিষদ, অসম)
Upper Brahmaputra Valley Zonal Areas (উজনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল)
Operational areas include six districts: Golaghat, Jorhat, Charaideo, Sivasagar, Dibrugarh, and Tinsukia.
Membership Regulation
ORGANIC VILLAGE SUPPORTER (জৈৱিক গাঁৱৰ সমৰ্থক):
- আবেদিত গাঁওখনৰ বাসিন্দা হোৱাৰ লগতে গাওঁখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত তেওঁৰ খেতি থাকিব লাগিব।
- সভ্যৰ ফৰ্ম পুৰাব লাগিব I
- সমৰ্থিত সভ্য হিচাপে তেওঁ সামাজিকভাবে দ্বায়বদ্ধ হোৱাৰ শপতনামাত স্বাক্ষৰ কৰিব লাগিব।
AGRICULTURE AUTONOMOUS COUNCIL’S SUPPORTER (কৃষি স্বায়ত্ব পৰিষদৰ সমৰ্থক):
- নিজকলৈ এক টকীয়া ১০০ জন কৃষক সভ্য।
- গাও পঞ্চায়ত বা চৰকাৰী গাওবুঢ়াৰ পৰা লিখা।
- কৃষি গৱেষনা পৰিষদৰ অনুমতি। অন্তত এই তিনিটা বস্তুৰ যিকোনো দুটা অনুমোদন লাগিব লাগিব।
- উদ্যোগক্তাজনৰ biography local police station পৰা লাগিব।
- কোনোধৰনৰ ৰাগিয়াল বস্তু আৰু সামাজিক বিশৃংসল লগত জড়িত হোৱা।
- জাতি, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ আৰু অৰ্থ ওপৰত বৈষম্য ৰাখি ও প্ৰাধান্য দিয়া ব্যক্তিক জৈৱিক গাঁৱৰ উদ্যোগী সভ্যপদ নাপায়।
- অতীততে চৰকাৰী কামত হকাবধা দিয়া কাৰ্য যেনে ধৰ্মঘট ৰাষ্টা অবৰোধ কাৰ্যত লিপ্ত হোৱা আৰু অসাংবিধানিক নিসিদ্ধ সংগঠণৰ প্ৰাক্তন সভ্য আদিয়ে জৈৱিক গাঁৱৰ উদ্যোগী সভ্যপদ নাপায়।
- সমৰ্থিত সভ্য হিচাপে তেওঁ সামাজিকভাবে দ্বায়বদ্ধ হোৱাৰ শপতনামাত স্বাক্ষৰ কৰিব লাগিব।
- অতীততে চৰকাৰী বা বেচৰকাৰী ভাবে সমাজসেৱক বুলি প্ৰমান থাকিলে প্ৰাধান্য দিয়া হব।
- শিক্ষাগত অৰ্হতাৰ কোনো বাধ্যকতা নাই।
ALLOTTED FARMERS LIST: Civilized Farmers,Upper Brahmaputra Valley Zone-Assam.
North Bank Plains Zonal Areas (উত্তৰ বেংক সমতল অঞ্চল)
Operational areas include six districts: Udalguri, Darrang, Sonitpur, Biswanath, Lakhimpur, and Dhemaji.
Membership Regulation
ORGANIC VILLAGE SUPPORTER (জৈৱিক গাঁৱৰ সমৰ্থক):
- আবেদিত গাঁওখনৰ বাসিন্দা হোৱাৰ লগতে গাওঁখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত তেওৰ খেতি থাকিব লাগিব।
- সভ্যৰ ফৰ্ম পুৰাব লাগিব I
- সমৰ্থিত সভ্য হিচাপে তেও সামাজিকভাবে দ্বায়বদ্ধ হোৱাৰ শপতনামাত স্বাক্ষৰ কৰিব লাগিব।
AGRICULTURE AUTONOMOUS COUNCIL’S SUPPORTER (কৃষি স্বায়ত্ব পৰিষদৰ সমৰ্থক):
- নিজকলৈ এক টকীয়া ১০০ জন কৃষক সভ্য।
- গাও পঞ্চায়ত বা চৰকাৰী গাওবুঢ়াৰ পৰা লিখা।
- কৃষি গৱেষনা পৰিষদৰ অনুমতি। অন্তত এই তিনিটা বস্তুৰ যিকোনো দুটা অনুমোদন লাগিব লাগিব।
- উদ্যোগক্তাজনৰ biography local police station পৰা লাগিব।
- কোনোধৰনৰ ৰাগিয়াল বস্তু আৰু সামাজিক বিশৃংসল লগত জড়িত হোৱা।
- জাতি, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ আৰু অৰ্থ ওপৰত বৈষম্য ৰাখি ও প্ৰাধান্য দিয়া ব্যক্তিক জৈৱিক গাঁৱৰ উদ্যোগী সভ্যপদ নাপায়।
- অতীততে চৰকাৰী কামত হকাবধা দিয়া কাৰ্য যেনে ধৰ্মঘট ৰাষ্টা অবৰোধ কাৰ্যত লিপ্ত হোৱা আৰু অসাংবিধানিক নিসিদ্ধ সংগঠণৰ প্ৰাক্তন সভ্য আদিয়ে জৈৱিক গাৱৰ উদ্যোগী সভ্যপদ নাপায়।
- সমৰ্থিত সভ্য হিচাপে তেও সামাজিকভাবে দ্বায়বদ্ধ হোৱাৰ শপতনামাত স্বাক্ষৰ কৰিব লাগিব।
- অতীততে চৰকাৰী বা বেচৰকাৰী ভাবে সমাজসেৱক বুলি প্ৰমান থাকিলে প্ৰাধান্য দিয়া হব।
- শিক্ষাগত অৰ্হতাৰ কোনো বাধ্যকতা নাই।
ALLOTTED FARMERS LIST: Civilized Farmers, North Bank Plain Zone-Assam
Lower Brahmaputra Valley Zonal Areas (নামনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল)
Operational areas include six districts: Dhubri, South Salamara, Kokrajhar, Chirang, Bongaigaon, Goalpara, Barpeta, Bajali, Nalbari, Baksa, Kamrup and Kamrup metropolitan.
Lead Farmer: MR RATAN RAY, MR. MANAJ KALITA
Central Brahmaputra Valley Zonal Areas (কেন্দ্ৰীয় ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল)
Operational areas include six districts: Nagaon, Morigaon, and Hojai.
Barak Valley Zonal Areas (বৰাক উপত্যকা অঞ্চল)
Operational areas include six districts: Cachar, Karimganj, and Hailakandi.
Hill Zonal Areas (পাৰ্বত্য অঞ্চল)
Operational areas include six districts: Dima Hasao, East Karbi Anglong, and West Karbi Anglong.
ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্চ এণ্ড প্ৰডিউচাৰ্চ অসম কৃষি স্বায়ত্ব পৰিষদৰ সভা আৰু বৈঠক:
১) ৰাজ্যিক পৰিষদৰ আৰু বানিজ্যিক পৰিষদৰ সভা বা বৈঠক বছৰি এখন। এপ্ৰিল মাহত হয়।
২) ক্ষেত্ৰীয় কৃষি পৰিষদৰ সভা বা বৈঠক বছৰি দুখন। এখন ডিচেম্বৰত আনখন জুন মাহত হব।
৩) নতুন পৰিষদ গঠণ, গাওঁ পৰিষদ গঠণ, উৎপাদক পৰিষদ গঠণ, গোট গঠণ আদিৰ ৰাজহুৱা সভা যিকোনো সময়ত পাতিব পাৰিব। পিছে তালৈ এজন ক্ষেত্ৰীয় সভ্য প্ৰতিনিধি হিচাপে উপস্থিত থাকিব লাগিব। আৰু সভাৰ পচিডিংৰ কপি ১৪ দিনৰ ভিতৰত ক্ষেত্ৰীয় পৰিষদত বা কেন্দ্ৰিয় পৰিষদত জমা কৰিলেহে বৈধতা হব।
Introduction,পাতনি:
The world is now converting agricultural practices to traditional or organic farming practices due to climate change and public health. At such times, agricultural and commercial production must be fully organized otherwise the socio-economic development of the country itself and the country is likely to decline rapidly. In order to develop national and international standard organic farming systems in Assam, my thought is that the social chaos in the future will be greatly reduced if the needs and measures of development are entrusted to the farmers as citizens of a democratic country. This is because farmers have been the main identity of the country since the past but in reality they live without equality. Since they have to make a living by labour, all the equality of these groups falls into the hands of the middlemen. For the above reasons, there are frequent misunderstandings between the government and these. As a first step to overcome all these social disorders, the decentralization of their inter-community areas is an attempt to realize the inter-community development of these groups through equality and power to establish direct relations with the government. https://nhcrafts.in/uosfpa-home/ Furthermore, the identity of these processors should be entrusted to these Agriculture and Farmers Councils in view of the risk of arbitrariness in the future so that these too are not arbitrarily used by the processors Yes. The success of this process is expected to lead to a series of rapid socio-economic upliftment of the intergovernmental areas as well as per capita income and industrialization.
বতৰ পৰিবৰ্তন ও জনস্বাস্থৰ ওপৰত লক্ষ্য কৰি বৰ্তমান বিশ্বই কৃষি পদ্ধতি পৌৰানিক অথবা জৈৱিক কৃষি পদ্ধতিলৈ ৰূপান্তৰ কৰিছে। এনে সময়ত কৃষিজাত বানিজ্যিক উৎপাদন সম্পুৰ্ন জৈৱিকৰন হব লাগিব অন্যথা নিজ তথা দেশৰ আৰ্থসামাজিক উন্নয়ন দ্ৰুতগতিত তললৈ নমাৰ আশংকা হৈছে। অসমত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ জৈৱিক কৃষি পদ্ধতি গঢ় লৈ উঠিবলৈ হলে মোৰ চিন্তাই কব বিচাৰে যে কৃষকসকলৰ প্ৰয়োজনীয়তা আৰু উন্নয়নৰ মাপকাঠি গণতান্ত্ৰীক দেশৰ নাগৰিক হিচাপে কৃষক সমূহৰ হাততে ন্যস্ত কৰিলে ভবিষ্যৎ হবলগীয়া সামাজিক বিশৃংসল যথেষ্ট হ্ৰাস পাব। যিহেতু অতীতৰে পৰা কৃষকসকল দেশৰ মূখ্য পৰিচয় হৈও প্ৰকৃতাৰ্থত সমতাৰ অভাৱত জীৱন কটাব লগীয়া হয়। যিহেতু শ্ৰমৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিব লগীয়া হোৱাৰ গতিকেলৈ এই সমুহৰ সকলো সমতা মধ্যভূগীৰ কৱলত পৰে। উক্ত কাৰনতে চৰকাৰ আৰু এই সমূহৰ মাজত সঘনাই ভূল বুজাবুজি হয়। এই সকলো ধৰনৰ সমাজ বিশৃংসলতা দুৰ কৰিবলৈ প্ৰথম পদক্ষেপ হিচাপে উক্ত সমুহৰ নিজ আন্তসামুহিক অঞ্চলৰ বিকেন্দ্ৰিকৰন থলুৱা স্বায়ত্ব পৰিষদৰ ক্ষমতাৰে চৰকাৰৰ সতে নিজ অঞ্চলৰ প্ৰতক্ষ সম্পৰ্ক গঢ়ি তুলিবলৈ সমতা আৰু ক্ষমতা যোগে উক্ত সমুহৰ আন্তসামুহিক উন্নয়ন বাস্তৱ কৰিবলৈ চেষ্টা কৰা হৈছে। https://nhcrafts.in/uosfpa-home/ ইয়াৰোপৰি উক্ত সমূহে ভবিষ্যতে স্বেচ্চাচাৰী হোৱাৰ আশংকালৈ লক্ষ কৰি এই সমুহৰ পৰিচয় প্ৰক্ৰীয়াকাৰক পৰিষদৰ হাতত ন্যস্ত ৰাখি প্ৰক্ৰীয়াকাৰক পৰিষদৰ পৰিচয় এই কৃষি আৰু কৃষক পৰিষদৰ হাতত ন্যস্ত কৰিব লাগিব যাতে এই সমূহটোকও প্ৰক্ৰীয়াকাৰক সমূহে স্বেচ্চাচাৰী ব্যৱহাৰ কৰাত ব্যৰ্থ হয়। এই প্ৰক্ৰীয়াৰ সফলতাই উক্ত আন্তশাসিত অঞ্চলৰ শৃংখ্লাবদ্ধ দ্ৰুত আৰ্থসামাজিক উন্নয়ন হোৱাৰ লগতে জনমুৰি আয় আৰু উদ্যোগিকৰন হোৱাৰ আশা কৰিব পাৰি।
………………..Sustainable Environment Movement, বহনক্ষম পৰিবেশ বিপ্লৱ – Nibaranjan Das.
